Happy Magh Bihu 2026 Wishes in Assamese

ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা

ভোগালী বিহুৰ শুভেচ্ছা

  1. আপোনালৈ উৰুকা আৰু মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা।
  2. উৰুকাৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ৷ উৰুকাৰ জুইৰ উত্তাপে অসমীয়াৰ জাতীয় জীৱন সম্প্ৰীতিৰে প্ৰোজ্বল কৰি তোলে যেন।
  3. উৰুকা মানে একতা, উৰুকা মানে ভোগ। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ উৰুকাৰ আন্তৰিক শুভেচ্ছা।
  4. আজি উৰুকা, আপোনজনৰ সৈতে এসাঁজ খোৱাৰ দিন। আপোনালৈ উৰুকাৰ বহুক শুভেচ্ছা।
  5. উৰুকা মানে একতা। উৰুকাৰ প্ৰীতি ভোজনে আত্মীয় তথা আপোনজনৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় কৰি তোলে যেন। আপোনালৈ উৰুকাৰ শুভেচ্ছা।
  6. আজি হেঁপাহৰ উৰুকাৰ। আশা, উৰুকাৰ ভোজে আমাৰ মাজৰ সম্পৰ্কৰ এনাজৰী আৰু অধিক মজবুত কৰক। আপোনালৈ উৰুকাৰ হিয়াভৰা ওলগ।
  7. আজি উৰুকা। আশা কৰো উৰুকাৰ নিশাটো সকলোৰে বাবে আনন্দপূৰ্ণ হৈ উঠক। আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ উৰুকাৰ আন্তৰিক শুভেচ্ছা।
  8. উৰুকা মানে লগে ভাগে মিলি এসাঁজ খোৱা। আশা কৰো উৰুকাৰ এই সময়ে আমাৰ সমাজৰ বান্ধোন আৰু অধিক সুদৃঢ় কৰক। উৰুকাৰ বহুত শুভেচ্ছা।
  9. মাঘ মানে ভোগালী আৰু ভোগালী মানেই উৰুকাৰ। আশা কৰো, উৰুকাৰ নিশাৰ প্ৰীতি ভোজনে আপোনাৰ লগতে পৰিয়ালৰলোকলৈ কঢ়িয়াই আনক অনবিল সুখ- শান্তি। উৰুকাৰ বহুত শুভেচ্ছা।
  10. আপোনাক আৰু আপোনাৰ পৰিয়াল প্ৰতিগৰাকী সদস্যলৈ হেঁপাহৰ উৰুকাৰ হিয়াভৰা শুভেচ্ছা।

মাঘ বিহুৰ শুভেচ্ছা

  1. আপোনাক আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।
  2. আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা। আশা কৰো, এই পৱিত্ৰ ক্ষণে আপোনাৰ আৰু আপোনৰজনৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।
  3. মাঘ বিহুৰ বহুত শুভেচ্ছা। আশা, মেজিৰ অগ্নিশিখাই সমাজৰ পৰা সকলো অপশক্তি বিনাশ কৰি শুভ শক্তি সঞ্চাৰেৰে কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু সমৃদ্ধি।
  4.  ভোগালী বিহুৰ বহুত শুভকামনা। আশা, মেজিৰ জুইয়ে আপোনাৰ জীৱনৰ পৰা সকলো অপায় অমংগল দূৰ কৰি শান্তিৰে ভৰাই তোলক।
  5. আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা। মেজিৰ উমেৰে সমৃদ্ধিশালী হওক আপোনাৰ জীৱন।
  6. মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা। আশা, ভোগালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ সুখ শান্তি আৰু আপোনজনৰ সৈতে গঢ়ি তোলক মধুৰ সম্পৰ্কৰ এনাজৰী।
  7. অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।
  8. মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা। মেজিৰ জুইত জাহ যাওক দুখ, দুৰ্গতি, হিংসা। আপোনাৰ জীৱন সুখেৰে ভৰি পৰক।
  9. ভোগালীৰ আনন্দই আপোনাৰ জীৱন সুখেৰে ভৰাই তোলক। আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা।
  10. ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক সঞ্জীৱনী শকতি। ভোগালী বিহুৰ বহুত শুভেচ্ছা।

Scroll to Top